APSCৰ ADO কেলেংকাৰীৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
APSCৰ ADO কেলেংকাৰীৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈ APSCৰ কৃষি উন্নয়ন বিষয়াৰ চাকৰি (ADO)নগদ ধনৰ বিনিময়ত লোৱা কেলেংকাৰীৰ সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে দিয়া ৰায় স্থগিত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।গুৱাহাটী…