ধৰ্ষণ, নাৰী দেহ ব্যৱসায়, শ্লীলতা হানিৰ গোচৰ আছে ১৫১ গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে !
ধৰ্ষণ, নাৰী দেহ ব্যৱসায়, শ্লীলতা হানিৰ গোচৰ আছে ১৫১ গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে । ১৫১ গৰাকী বিজেপি-কংগ্ৰেছৰ সাংসদ,বিধায়কে কেনেকৈ নাৰী সুৰক্ষাৰ বিষয়ে সদনত এষাৰ কথা ক’ব ? কাৰণ বিজেপি-কংগ্ৰেছৰ বহু সাংসদ-বিধায়কৰ…